Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

১০ লাখতকৈ বেছি বিক্ৰী হ’ল চীনা কোম্পানী Vivoৰ এই ফোন, বজাৰত ব্যাপক চাহিদা

দ্য ষ্টেটমেন্ট : যোৱা দুমাহত যদিও কোৰোণা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি হৈছে তাৰমাজতে চীনৰ কোম্পানী VIVOই এক সুখবৰ লৈ আহিছে ৷ কোম্পানীটোৰ Vivo s6 ফোনৰ গ্ৰাহকৰ মাজত চাহিদা বৃদ্ধি হৈছে ৷ Vivoই কয় যে দুমাহৰ ভিতৰত Vivo s6 স্মাৰ্টফোন ১০ লাখতকৈ বেছি বিক্ৰী হৈছে ৷ এইটো 5G স্মাৰ্টফোন, যিটো কোম্পানীয়ে এপ্ৰিল মাহত চীনত মুকলি কৰিছিল ৷ফোনটোৰ ফ্লেগচিপ Exynos 980 5G চিপচেট আছে, যিটো ছেমছাং আৰু ভিভ’ই মিলি বনাইছে ৷ এই চিপচেটে ব্যৱহাৰকাৰীক 3.55Gbpsলৈকে ডাউনলোড স্পীড দিব পাৰে ৷ চীনত এই ফোনৰ 128GB মডেলৰ মূল্য ২৬৯৮ য়ুআন অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ২৮,০০০ টকা ৷ ফোনটোত নাইট চেল্ফী মোড আছে লগতে ফ্ৰ’ণ্ট কেমেৰা ৩২ মেগাপিক্সেল ৷ কম পোহৰতো এই ফোনৰ দ্বাৰা ভাল ফটো ল’ব পৰা যায় ৷ 4500mAhৰ বেটাৰীয়ে 18W ফাষ্ট চাৰ্জিং চাপোৰ্ট কৰে ৷ 

Vivo s6 5G Performence-

Samsung Exynos 9 Octa

Storage- 128 GB 

Camera- 48+8+2+2 MP

Battery- 4500mAh

Display- 6.44″ (16.36cm)RAM- 8 GB

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.