Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

App বন্ধ কৰা আৰু ক’ৰ’ণাক ৰোধ কৰিবলৈ তালি থালি বজোৱা একে কথা: সমালোচনা বলীউডৰ গায়কক

দ্য ষ্টেটমেন্ট : কেন্দ্ৰীয় চৰকাৰে দেশত ৫৯ টা চীনৰ এপ বেন কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই দেশৰ সৰহ সংখ্যক লোকে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। কিন্তু  তাৰ বিপৰীতে কিছু সংখ্যক লোকে চৰকাৰৰ এই সিদ্ধান্তক শূন্যত গদা ঘূৰোৱাৰ দৰে কথা হিচাপে অভিহিত কৰিছে। বলিউদৰ প্ৰতিষ্ঠিত শিল্পী বিশাল ডাদলানীয়ে টুইট কৰি কয় যে “চাইনীজ এপ বেন কৰা এটা এনেকুৱা কথা, যেনেকৈ আমি ক’ৰণা প্ৰতিহত কৰিবলৈ তালি ঠালি বজাইছিলো আৰু চাকি জ্বলাইছিলো।”

 বিশাল ডাদলানীৰ এই টুইটৰ পাছতেই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিছু লোকে কয় যে “আপোনাৰ এই কথাটো প্ৰব্লেম নিকি? যি কোৱা হৈছে, সেই কথা পালন কৰক।” কিছু লোকে ক’লে “আপুনি জ্বলিছে কিয়?

 এজনে লিখিলে ” এইজন এই বাবেই জ্বলিছে কাৰণ এখেতে Tik Tok ত ষ্টাৰ হোৱাৰ পথত আগ বাঢ়িছিল, এনেকুৱাই প্লেনিং আছিল কিন্তু এতিয়া ফেইল হৈ গল।”

এজনে লিখিলে’ এই জনক চোৱা, বেন কৰাৰ পাছতেই প্ৰথমজন  চাইনীজ এজেন্ট জঁপিয়াই পৰিল।”

আন কিছু লোকে লিখিলে যে “মোদীজীয়ে পুনৰ Strike কৰি দিলে, এইবাৰ ডিজিটেল Strike।”
উল্লেখ্য যে চৰকাৰে দেশৰ প্ৰতিৰক্ষা আৰু সাৰ্বভৌমত্বৰ বাবে বিপদৰ কথা উল্লেখ কৰি চীনৰ ৫৯ টা এপ দেশত বেন কৰাৰ সিদ্ধান্ত লৈছিল। 

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.