দ্য ষ্টেটমেন্ট : সৰোজিনী নাইডু, যিগৰাকী স্বাধীনতা সংগ্ৰামৰ সেনানী নাইটিংগেল অৱ্ ইণ্ডিয়া হিচাপেই পৰিচিত, সেই গৰাকী নেত্ৰীয়ে ১৯২৮ চনত আমেৰিকাত প্ৰদান কৰা এটা ভিডিঅ’ বৰ্তমান সময়ত ছচিয়েল মিডিয়াত প্ৰায় ৯০ বছৰৰ পাছত পুনৰ ভাইৰেল হৈছে। ৯০ বছৰৰ আগতে কেনেকৈ সৰোজিনী নাইডুয়ে আমেৰিকাত নিজকে চিনাকী দিছিল, শুনক-
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।