Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

BARC আৰু ৰিপাব্লিকৰ মাজত হোৱা গোপন কথাবার্তা ৰিপাব্লিকে ভুলকৈ প্ৰচাৰ কৰিছে: BARC

দ্য ষ্টেটমেন্ট : BARC, Broadcast Audience Research Council য়ে দেওবাৰে কয় যে অৰ্ণৱ গোস্বামীৰ চেনেল, ৰিপাব্লিকৰ বিৰুদ্ধে চলি থকা TRP ৰ তদন্তৰ বিষয়ত BARC য়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই। BARC য়ে ৰিপাব্লিকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে ৰিপাব্লিকে BARC আৰু ৰিপাব্লিকৰ মাজত হোৱা গোপন কথাবার্তা ভুলকৈ প্ৰচাৰ কৰিছে। 
BARC য়ে নিজৰ ষ্টেটমেণ্টত কয় যে তেওঁলোকে TRP কেলেংকাৰীক লৈ চলি থকা তদন্তক লৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই। BARC আৰু ৰিপাব্লিকৰ মাজত হোৱা ব্যক্তিগত আৰু গোপন কথাবার্তা ভুলকৈ প্ৰচাৰ কৰাৰ বাবে BARC হতাশ হৈছে। 

উল্লেখ্য যে ৰিপাব্লিক টিভিয়ে দেওবাৰে এটা ষ্টেটমেণ্ট জাৰি কৰি কৈছিল যে “TRP কেলেংকাৰীত মুম্বাই আৰক্ষীৰ মুখা খুলি গ’ল আৰু লগতে দাবী কৰিলে যে BARC য়ে ব্যক্তিগতভাৱে তেওঁলোকক জনাইছে যে ৰিপাব্লিকৰ বিৰুদ্ধে কোনো বিসংগতিপূৰ্ণ গোচৰ উত্থাপন হোৱা নাই। 


মুম্বাই আৰক্ষী আৰু ৰিপাব্লিকৰ মাজত শীতল যুদ্ধ চলি থাকোতেই এইবাৰ BARC আৰু ৰিপাব্লিকৰ মাজৰ যুদ্ধ কিমান দূৰলৈ যায়, সেইটো কম সময়ৰ ভিতৰতে ওলাই পৰিব।

আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.