Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে
Browsing Tag

twitter

ৰাহুল গান্ধী নাৰ্ভাচ নেতা-টুইটাৰত ট্রেণ্ড হ’ল #ক্ষমা_খোজা_অ’বামা, ভাৰতীয়ৰ অপমান সহ্য কৰা…

দ্য ষ্টেটমেন্ট : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰসংগত প্ৰকাশ কৰা মন্তব্য নিউৱৰ্ক টাইমছত প্ৰকাশ পোৱাৰ পাতেই ছচিয়েল মিডিয়াত এই বিষয়ক লৈ চর্চা চলি আছে। নিউৱৰ্ক টাইমছৰ বাতৰি অনুসৰি ৰাহুল গান্ধীৰ…

“গজনী বাইডেন, কমল হেৰিছ”- আমেৰিকা নিৰ্বাচনৰ পিছত অভিনেত্ৰী কংগনা ৰাণাৱটৰ মন্তব্য

দ্য ষ্টেটমেন্ট : ডোনাল্ড ট্ৰাম্পক পৰাজিত কৰি আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হ'ল জো বাইডেন৷ প্ৰথম কৃষ্ণাংগ মহিলা হিচাপে উপ-ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হ'ল ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছ৷ কমলা হেৰিছক শুভেচ্ছা জনালে যদিও বাইডেনক গজনী খিতাপ প্ৰদান…

Tanishqৰ নতুন বিজ্ঞাপনত দীপাৱলীত ফটকা নুফুটাবলৈ কোৱাৰ বাবে পুনৰ সৃষ্টি হ’ল বিবাদ

দ্য ষ্টেটমেন্ট : দেশৰ প্ৰসিদ্ধ গ্ৰুপ টাটাৰ জুৱেলাৰী ব্ৰেণ্ডটোৰ নামেই হৈছে Tanishq। মাত্ৰ কেইদিনমান আগতে Tanishqৰ এটা বিজ্ঞাপনক লৈ দেশজুৰি চর্চা হৈছিল। বহু লোকে টাটা গ্ৰুপক সেই বিজ্ঞাপনৰ বাবে সমৰ্থন কৰিছিল আৰু বহুলোকে টাটাৰ বিৰুদ্ধে দেশত…

দ্ৰৌপদীৰ বস্ত্ৰ হৰণৰ সময়ত যেনেকৈ সকলো অন্ধ,বোবা হৈ গৈছিল,অৰ্ণৱৰ ক্ষেত্ৰত মোদীয়ে সেই কাম কৰিছে

দ্য ষ্টেটমেন্ট : ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে ন্যায়িক জিম্মাত থাকোতে মোবাইল ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি মুম্বাই আৰক্ষীয়ে তেওঁক কালি তাজলা কাৰাগৰলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে তাজলা কাৰাগৰলৈ অৰ্ণৱ গোস্বামীক লৈ গৈ…

বাইডেন আৰু ভাৰতৰ সম্বন্ধ কেনেকুৱা হ’ব সেই বিষয়ক লৈ টুইটাৰত কি মন্তব্য প্ৰকাশ কৰিছে পঢ়ক-

দ্য ষ্টেটমেন্ট : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল এতিয়ালৈকে প্ৰকাশ কৰা নাই যদিও ডেমক্ৰেটিক পাৰ্টীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বাইডেনৰ বিজয় প্ৰায় নিশ্চিত হৈছে। আনহাতে ডেমক্ৰেটিক পাৰ্টীৰ হৈ উপ-ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে…

চোৰৰ টি-চাৰ্টত লিখা আছিল ‘নমো এগেইন’, টুইটাৰত ব্যাপক প্ৰতিক্ৰিয়া!

দ্য ষ্টেটমেন্ট : উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰক্ষীয়ে ১ নৱেম্বৰ অৰ্থাৎ দেওবাৰে এটা টুইট কৰিছিল। টুইটযোগে চাৰিজন চোৰক গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইয়াৰ ভিতৰত এজন চোৰৰ টি-চাৰ্টত লিখা আছিল 'নমো এগেইন' ৷ তাৰপিছতে মানুহৰ…

‘মই এনেকুৱা পত্নীক জানো, যিয়ে স্বামীৰ নাম নলয়৷’- সুব্ৰমনিয়ান স্বামীয়ে কিয় ক’লে এই…

দ্য ষ্টেটমেন্ট : কেৱল বিৰোধী দলৰ নেতাকে নহয়, বিজেপি দলৰ নেতাকো উচিত সমালোচনা কৰাৰ বাবে সুব্ৰমনিয়ান স্বামীক সকলোৱে জানে৷ নিজৰ তীক্ষ্ন মন্তব্যৰ বাবে প্ৰায়ে চৰ্চালৈ অহা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুব্ৰমনিয়ান…

এখন ফটো শ্বেয়াৰ কৰাৰ কৰাৰ বাবে কিয় হত্যাৰ ভাবুকি দিয়া হ’ল অধিবক্তা দীপিকা সিঙক?

দ্য ষ্টেটমেন্ট : দীপিকা সিঙক ৰাজাৱত নামৰ এগৰাকী অধিবক্তাই এখন ফটো শ্বেয়াৰ কৰাৰ বাবেই এতিয়া জম্মু কাশ্মীৰত বাস কৰা অধিবক্তা গৰাকীক ছ'চিয়েল মিডিয়াত গ্ৰেপ্তাৰৰ দাবী উত্থাপন হোৱাৰ উপৰিও কালি আৰক্ষীৰ সন্মুখতে দীপিকা সিঙৰ ঘৰৰ সন্মুখত ২০-২৫…

IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?

দ্য ষ্টেটমেন্ট : ক'ৰ'ণা মহামাৰীৰ বাবে নিৰ্দিষ্ট সময়ত এই চিজনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অনুষ্ঠিত নহ'ল৷ কিন্তু কিছু পলমকৈ হ'লেও UAEত চলিত বৰ্ষৰ ড্ৰীম১১ আই পি এল চলি আছে৷ যোৱা দেওবাৰৰ এখন মেচত কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি হৈছিল চানৰাইজাৰ্ছ…

ট্ৰাম্পৰ দলে কমলা হেৰিছক নামৰ বাবে ঠাট্টা কৰাৰ পাছতেই টুইটাৰত উভতি ধৰিলে ইণ্ডিয়ান-আমেৰিকানে

দ্য ষ্টেটমেন্ট : আমেৰিকাত ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্পৰ হাজাৰ হাজাৰ সমৰ্থকক সম্বোধন কৰি ৰিপাব্লিকান চিনেটৰ ডেভিড পেৰডুৱে ডেমক্ৰেটিকৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছক তেওঁৰ নামটোৰ বাবে ঠাট্টা কৰাৰ পাছতেই…