Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে
Browsing Tag

the statement

‘বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷’-কৰ্ণাটকৰ বিজেপি নেতা

দ্য ষ্টেটমেন্ট : কৰ্ণাটকৰ বেলগাৱী লোকসভা আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব৷ তাৰমাজতে কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা এছ ইশ্বৰাপ্পাৰ এক মন্তব্যই বিবাদৰ সৃষ্টি কৰিছে৷ ইশ্বৰাপ্বাই কৈছে যে যিকোনো সম্প্ৰদায়ৰ হিন্দু লোকেহে বিজেপিৰ টিকট লাভ…

২৪০০ টকা নহয়, RT-PCR টেষ্ট কৰিলে এতিয়াৰ পৰা ৮০০ টকা আদায় দিলেই হ’ব:কেজৰিৱাল চৰকাৰ

দ্য ষ্টেটমেন্ট : দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে ক'ৰ'ণা ভাইৰাছৰ পৰীক্ষা RT-PCR টেষ্টৰ দাম দুই-তৃতীয়াংশ হ্ৰাস কৰিছে৷ অৰ্থাৎ এতিয়াৰ পৰা দিল্লীৰ প্ৰতিটো ব্যক্তিগত পৰীক্ষাগাৰত ক'ৰ'ণা টেষ্ট কৰিলে ২৪০০ টকাৰ পৰিৱৰ্তে ৮০০ টকা পৰিশোধ…

‘হাৰিয়ানাৰ কৃষকে আন্দোলন কৰা নাই।’-মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে দলে বলে কৃষক দিল্লীলৈ…

দ্য ষ্টেটমেন্ট : হাৰিয়ানাৰ কৃষকে দিল্লী চলো আন্দোলনত অংশগ্ৰহণ কৰা নাই বুলি হাৰিয়ানাৰ মুখ্য়মন্ত্ৰী মনোহৰ লাল খট্টৰে কৰা মন্তব্যৰ এদিন পিছতে হাৰিয়ানাৰ জিলাই জিলাই কৃষকে পঞ্চায়ত সভা অনুষ্ঠিত কৰিছে আৰু দিল্লী চলো কাৰ্যসূচীত অধিক কৃষক…

দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ’ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ

দ্য ষ্টেটমেন্ট : বিশ্ববিখ্যাত টেকনলজী কোম্পানী Motorolaই ভাৰতত এই কোম্পানীৰ দ্বাৰা নিৰ্মিত প্ৰথমটো 5G স্মাৰ্টফোন মুকলি কৰিছে৷ কোম্পানীয়ে কোৱা অনুসৰি ভাৰতৰ বজাৰত Moto G 5Gয়েই হৈছে আটাইতকৈ কম দামৰ 5G স্মাৰ্টফোন৷ ফোনটোৰ দাম ২০,৯৯৯ টকা৷  …

‘মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম’: ড. সমুজ্জ্বল কুমাৰ…

দ্য ষ্টেটমেন্ট : সদৌ অসম ছাত্ৰ সন্থাৰ দুলিয়াজনৰ অধিবেশনত দীপাংক কুমাৰ নাথক ছাত্ৰ সন্থাৰ সভাপতি আৰু শংকৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই আজি গুৱাহাটী বিশ্ববিদ্যালয়ত থকা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত নতুন…

কৃষক আন্দোলনক নেতৃত্ব দিয়া কৃষকৰ অন্যতম নেতা যোগিন্দৰ সিং উগৰাহা কোন হয়?

দ্য ষ্টেটমেন্ট : যোৱা দুমাহ ধৰি পাঞ্জাৱত কেন্দ্ৰীয় কৃষি আইনৰ বিৰোধিতা কৰি চলা আন্দোলন এতিয়া দিল্লীৰ সীমাত আৱদ্ধ হৈ আছে ৷ পাঞ্জাৱৰ কৃষকসকলে দিল্লীৰ জন্তৰ মন্তৰত ধৰ্ণা দিব বিচাৰিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক দিল্লীৰ বুৰাড়ীত ধৰ্ণা…

অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক’লে মন্ত্ৰীয়ে?

দ্য ষ্টেটমেন্ট : ১ ডিচেম্বৰ মঙলবাৰে আমিনগাঁওত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰুনোদয় আঁচনিখনৰ শুভাৰাম্ভণি কৰিব। অসমৰ বিত্ত, শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে অৰুনোদয় আঁচনি অসম চৰকাৰৰ এখন অভিলাসী আঁচনি…

কৃষকে নিজৰ অধিকাৰ প্ৰাপ্তিৰ বাবে আৰম্ভ কৰা দিল্লী চলো আন্দোলনৰ কেইখনমান হৃদয়স্পৰ্শী ফটো

দ্য ষ্টেটমেন্ট : কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানকে ধৰি বহু কেইখন ৰাজ্যৰ কৃষকসকলে প্ৰতিবাদৰ কথা ঘোষণা কৰি  ২৬ নৱেম্বৰত দিল্লী চ'লো কায্যসূচী ঘোষণা কৰিছিল। কিন্তু দিল্লীৰ আশে পাশে থকা…

ব্ৰহ্মপুত্ৰ নদীত বান্ধ নিৰ্মাণ কৰিব চীনে, অসমকে ধৰি উত্তৰ-পূব আৰু বাংলাদেশৰ বাবে বিপদৰ আশংকা

দ্য ষ্টেটমেন্ট : ভাৰত-চীন সীমান্তৰ লাডাখত চলি থকা বিবাদৰ মাজতে চীনে ব্ৰহ্মপুত্ৰ নদীত বান্ধ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে৷ এয়া অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতৰ বাবে চিন্তাৰ বিষয়৷  …

পুত্ৰৰ বিবাহ, ভতিজাৰ মৃত্যুৰ পাছতো কৃষক ঘূৰি যাবলৈ সন্মত নহয়, ২৬ জানুৱাৰীলৈকে সীমাত থাকিব

দ্য ষ্টেটমেন্ট : মোদী চৰকাৰে গৃহীত কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে দিল্লী-হাৰিয়ানা আৰু দিল্লী উত্তৰ প্ৰদেশ সীমাতেই প্ৰদৰ্শন অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে যদিও দিল্লীৰে বুঢ়াৰী মৈদানত আন্দোলন অব্যাহত ৰখাৰ…