ৰোগীয়ে দৰৱ, বিচনা বিচাৰিছে আৰু মোদীয়ে ৰেলীত হাঁহি আছে,ISI ৰ সৈতে কথা পাতিব কিন্তু বিৰোধীৰ সৈতে…
দ্য ষ্টেটমেন্ট: ভাৰতত কোভিড ১৯ ৰ সংক্রমণ বৃদ্ধি হোৱাৰ সময়তে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।
প্ৰিয়ংকা গান্ধীয়ে কোভিডৰ সময়ত নৰেন্দ্ৰ মোদীয়ে…