Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই
Browsing Tag

Migrant Labours

চুটকেছত শুই থকা শিশুৰ পৰা চনু চুডলৈ- দুৰ্গা পূজাত প্ৰতিফলিত হ’ল শ্ৰমিক মজদুৰৰ দুৰ্বিষহ ছবি

দ্য ষ্টেটমেন্ট : ক'ৰ'ণাৰ সন্ত্ৰাসৰ মাজতো কঠোৰ নীতি-নিৰ্দেশনাৰ মাজেৰে দেশৰ ভিন্ন প্ৰান্তত দুৰ্গা পূজা আয়োজন কৰা হৈছে৷ দুৰ্গা পূজা বুলিলে পশ্চিমবংগই সদায়ে সংবাদৰ শিৰোনামা দখল কৰে৷ বিশেষকৈ পূজাস্থলীত অপূৰ্ব ভাস্কৰ্য প্ৰদৰ্শনেৰে সদায়ে…

ভাৰত এনেকুৱা এখন অদ্বিতীয় সংসদীয় গণতন্ত্ৰ য’ত প্ৰশ্ন কৰাৰ অনুমতি নাই: চিদাম্বৰম

দ্য ষ্টেটমেন্ট : কংগ্ৰেছ নেতা পি চিদাম্বৰমে মঙলবাৰে কয় যে ভাৰত এনেকুৱা এখন অদ্বিতীয় সংসদীয় গণতন্ত্ৰ য'ত কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে আৰু তৰ্কৰো কোনো অনুমতি প্ৰদান কৰা নহয়। লাদাখৰ ভাৰত চীন সীমাত চলি থকা বিবাদৰ বিষয়ত লোকসভাত কংগ্ৰেছ…

লকডাউনৰ সময়ত মৃত্যু হোৱা প্ৰৱাসী শ্ৰমিকৰ যেতিয়া সংখ্যাই নাই, সাহাৰ্যৰ প্ৰশ্ন কৰ পৰা আহিল:মোদী চৰকাৰ

দ্য ষ্টেটমেন্ট : কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয় (Union Labour Ministry) য়ে ১৪ আগষ্ট সোমবাৰে লোকসভাত জানিবলৈ দিয়ে যে লকডাউনৰ সময়ত প্ৰৱাসী শ্ৰমিকৰ মৃত্যুৰ কোনো তথ্য চৰকাৰৰ হাতত নাই, গতিকে তেনেক্ষেত্ৰত সাহাৰ্যৰ প্ৰশ্নই নুঠে।  উল্লেখ্য যে…

প্ৰকাশ ৰাজে কংগনা ৰাণাৱট আৰু প্ৰৱাসী শ্ৰমিকৰ ফটো শ্বেয়াৰ কৰিলে লিখিলে: নতুন ভাৰত

দ্য ষ্টেটমেন্ট : অভিনেত্ৰী কংগনা ৰাণাৱট আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত চলি থকা তর্ক বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কংগনাক Y কেটেগৰীৰ সুৰক্ষা প্ৰদান কৰিছে। বুধবাৰে বোম্বে পৌৰ নিগমে  মুম্বাইৰ বান্দ্ৰাত থকা তেওঁৰ কাৰ্যালয়ত অবৈধভাৱে নিৰ্মাণ…

প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন আঁচনিৰ অধীনত ১৩% প্ৰৱাসী শ্রমিকেহে লাভ কৰিলে ৰেচন

দ্য ষ্টেটমেন্ট : ক'ৰ'ণা মহামাৰীয়ে দেশত ভয়ংকৰ ৰূপ লোৱাৰ সময়তে দেশত প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন আঁচনিৰ অধীনত প্ৰৱাসী শ্ৰমিকসকলক বিনামূলীয়া ৰেচন দিয়াৰ কথা ঘোষণা কৰিছিল । বৰ্তমান সময়ত এই আঁচনিখনৰ জৰিয়তে কিমান সংখ্যক লোক উপকৃত হৈছে,…

মহামাৰীৰ সময়ত ৮০ বছৰীয়া বৃদ্ধই ১০ সপ্তাহত ১৫ লাখ লোকক খাদ্য খুৱাইছে

দ্য ষ্টেটমেন্ট : মহামাৰীৰ সময়ত চৰকাৰে ৬৫ বছৰৰ উৰ্ধৰ লোকসকলক ঘৰৰ পৰা ওলাই  নাহিবলৈ অনুৰোধ কৰিছে, কিন্তু তাৰ মাজতে দেশৰ এজন ৮০ বছৰীয়া লোকে মহামাৰীৰ সময়ত লোকক সকলক সহায় কৰিবলৈ ওলাই আহিছে আৰু কোনো স্বাৰ্থ নথকাকৈ, কোনো টকা নোলোৱাকৈ…

শ্ৰমিকে ধৈৰ্য হেৰুৱাইছিল,সংকটৰ সময়ত অবাঞ্চিত ঘটনা সংঘটিত হৈছিল: অমিত শ্বাহ

দ্য ষ্টেটমেন্ট : ক'ৰ'ণা ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ দেশত লকডাউন প্ৰযোজ্য কৰাৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা লোকসকল আছিল দেশৰ শ্ৰমিক সকল। দৈনিক আমদানি বন্ধ হোৱাৰ ফলত মহামাৰীৰ পৰা ৰক্ষা পাবলৈ আৰু এমুঠি অন্নৰ বাবে শ্ৰমিকসকলে বাছ আৰু ৰেলৰ চলাচল…

ইণ্ডিয়া vs ভাৰত!

বেদান্ত বিকাশ বৰাই কটন কলেজৰ অৰ্থনীতি বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ৰাজনৈতিক, অৰ্থনৈতিক তথা সামাজিক বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা অব্যাহত ৰাখি সময়ে…

‘আমি AC ৰুমত বহি টিভিত ৰামায়ণ চাই আছোঁ আৰু শ্ৰমিক ৰাজপথত খোজকাঢ়ি আছে’: উমা ভাৰতী

দ্য ষ্টেটমেন্ট : মোদী চৰকাৰৰ দ্বিতীয়তো কাৰ্যকালৰ প্ৰথম বৰ্ষপূতিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে প্ৰৱাসী শ্রমিকসকলক লৈ তথা অন্য বহুকেইটা বিষয়ত নিজৰ মত পোষণ কৰে। উমা ভাৰতীয়ে কয় -মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ…

শ্ৰমিক স্পেচিয়েল ৰে’লত বৰ্তমানলৈকে ৮০ জনৰ মৃত্যু হৈছে: ৰে’লৱে প্ৰটেকচন ফৰ্চৰ তথ্য

দ্য ষ্টেটমেন্ট : প্ৰৱাসী শ্ৰমিক সকলৰ বাবে আৰম্ভ কৰা শ্ৰমিক স্পেচিয়েল ৰেলত যাত্ৰা কৰা ৮০ জন লোকৰ  ৯ মে'ৰ পৰা ২৭ মে' ৰ ভিতৰত মৃত্যু হৈছে। এই কথা প্ৰকাশ পাইছে ৰেলৱে প্ৰটেকচন ফৰ্চৰ তথ্যত আৰু ইয়াক লৈ বাতৰি সম্প্ৰচাৰ কৰিছে হিন্দুস্তান টাইমছে। …