গণৰাজ্য দিৱসৰ দিনা লালকিল্লাত ধাৰ্মিক পতাকা উত্তোলন কৰা দীপ সিদ্ধুয়ে লাভ কৰিলে জামিন
দ্য ষ্টেটমেন্ট: গণৰাজ্য দিৱসৰ দিনা লালকিল্লাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অভিনেতা দীপ সিদ্ধুক শনিবাৰে তিস হাজাৰী আদালতে জামিন প্ৰদান কৰিছে। আদালতে ৩০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত জামিন প্ৰদান কৰিছে।
…