হৰ্ছ ট্রেডিঙৰ ভয়: AIUDF ৰ ১৮ জন প্ৰাৰ্থী গ’ল অসমৰ বাহিৰলৈ,কংগ্ৰেছ আৰু বিপিএফৰ প্ৰাৰ্থীয়েও এৰিব…
দ্য ষ্টেটমেন্ট: অসমত তিনিটা পয্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ নিৰ্বাচন যোৱা ৬ এপ্ৰিলত অন্ত পৰিল। নিৰ্বাচন অন্ত পৰাৰ পিছতেই মহাজোট আৰু মিত্ৰজোটৰ মাজত চৰকাৰ গঠন কৰাক লৈ বহু জল্পনা কল্পনা চলি থকাৰ মাজতে হৰ্ছ ট্রেডিঙৰ ভয়ত মহাজোটৰ সকলো…