Support Free Journalism
  Breaking News
"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই-ৰাজ্যৰ ১১৯ জন বিধায়কৰ ভিতৰত ৪৪ শতাংশৰ শিক্ষাগত অৰ্হতা ৫মৰ পৰা ১২শ শ্ৰেণীৰ ভিতৰত-দুমুখীয়া চৰকাৰ:আৰক্ষীক প্ৰহাৰ কৰি পলাতক বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক বিজেপিৰ পুৰস্কাৰ-ল'ৰা ছোৱালীক মাক দেউতাকে মৰম কৰাৰ দৰে মোদীজীয়ে আমাক মৰম কৰিছে: সোণোৱাল-হৌশংগাবাদ জিলাৰ নাম সলনি কৰিলে নিবনুৱা সমস্যাৰ অন্ত পৰিব নেকি?-দিগ্বিজয় সিং

যাক দৰ্শকে চলমান খানৰ কন্ঠ বুলি কৈছিল, তেওঁ এই সংসাৰৰ পৰা বিদায় মাগিলে

দ্য ষ্টেটমেন্ট : এছ পি বালাসুব্ৰমনিয়ম৷ জনপ্ৰিয় কন্ঠশিল্পী৷ যাক এটা সময়ত চলমান খান, সঞ্জয় দত্ত, ৰজনীকান্ত আৰু কমল হাচানৰ কন্ঠ বুলি ভাবি লোৱা হৈছিল৷ মানে কথাটো এনেকুৱা যে চিনেমা এখনৰ গানত সুব্ৰমনিয়ামে কন্ঠদান কৰে, কিন্তু অভিনয় কৰি থকা চলমান খান বা ৰজনীকান্তে গানটো নিজে গাই থকা যেন অনুভৱ হয়৷ ‘চাজন’, ‘মেইনে প্যাৰ কিয়া’, ‘হম আপকে হ্যেই কৌন’ আদি বহু জনপ্ৰিয় ছবিৰ ৰোমান্টিক গীতত কন্ঠদান কৰিছিল বালাসুব্ৰমনিয়ামে৷ ২৫ ছেপ্টেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হয়৷ 

৪০ হাজাৰতকৈ অধিক গীতত কন্ঠদান কৰিছিল- এছ পি বালাসুব্ৰমনিয়াম এগৰাকী কন্ঠশিল্পীৰ লগতে সংগীত পৰিচালক, ডাবিং আৰ্টিষ্ট আৰু অভিনেতাও আছিল৷ তেওঁ হিন্দী, তামিল, তেলেগু, কন্নড় আদি বিভিন্ন ভাষাত প্ৰায় ৪০ হাজাৰতকৈও অধিক গীত গাইছে৷ বালাসুব্ৰমনিয়ামক পদ্মশ্ৰী আৰু পদ্মবিভূষণেৰেও সন্মানিত কৰা হৈছে৷ প্লেবেক চিংগাৰ হিচাপে ছবাৰকৈ লাভ কৰিছে ৰাষ্ট্ৰীয় বঁটা৷ বলীউডৰ ফিল্মফেয়াৰ বঁটাৰেও সন্মানিত হৈছে বালাসুব্ৰমনিয়াম৷ 

ক’ৰ’ণা পজিটিভ ধৰা পৰাৰ পিছত ৫ আগষ্টত চেন্নাইৰ এখন হাস্পতালত বালাসুব্ৰমনিয়ামক ভৰ্তি কৰোৱা হৈছিল৷ চিকিৎসা চলি আছিল যদিও যোৱাৰাতি বালাসুব্ৰমনিয়ামৰ স্বাস্থ্যৰ অৱনতি ঘটে৷ তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰি বলীউড জগতে শোক প্ৰকাশ কৰিছে-

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.