Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে ‘ডাইনী’ আছিল আৰু এতিয়া ‘বৌয়েক’ হৈ গ’ল নেকি?-তেজস্বী যাদৱ

দ্য ষ্টেটমেন্ট : বিহাৰ বিধানসভাৰ ৭১ খন আসনৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ ২৮ অক্টোবৰত অনুষ্ঠিত হয়। ৩ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ আৰু ৭ নৱেম্বৰত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ বাবে নিৰ্বাচনত অংশ লোৱা তিনিটা প্ৰধান দল বিজেপি, আৰজেডি আৰু জেডিয়ুয়ে ভোটাৰক এটাৰ পাছত আন এটা প্ৰতিশ্ৰুতি প্ৰদান কৰি এখনৰ পাছত সিখন সভাত অংশগ্ৰহণ কৰিছে। নিৰ্বাচনৰ সময়তে বিজেপিৰ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবেই আৰজেডিৰ নেতা তেজস্বী যাদৱক সমালোচনা কৰি কয় “দশম শ্ৰেণী উত্তীৰ্ণ হ’ব নোৱাৰা, কোনো এটা বিষয় বুজি নোপোৱা এজন ব্যক্তিয়ে এজন যোগ্য ইঞ্জিনীয়াৰ, নীতিশ কুমাৰক সমালোচনা কৰিছে।” 

বিজেপি নেতাৰ সেই মন্তব্যৰ পাছতেই তেজস্বী যাদৱে বিজেপিক সমালোচনা কৰি কৰি কয় “বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে ডাইনী আছিল আৰু এতিয়া বৌয়েক হৈ গ’ল।” কি কৈছিল তেজস্বী যাদৱে শুনক-

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.