Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

দুখীয়া ভোকত আছে কাৰণ চৰকাৰে কিছু বিশেষ মিত্ৰৰ পকেট ভৰাবলৈ লাগি আছে: ৰাহুল গান্ধী

দ্য ষ্টেটমেন্ট : বৰ্ত্তমান সময়ত চৰকাৰৰ বিভিন্ন নীতি আৰু সিদ্ধান্তৰ কঠোৰ সমালোচনা কৰা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ গ্লোবেল হাংগাৰ ইনডেস্ক ২০২০ত ভাৰতৰ স্থিতিক লৈ চৰকাৰক সমালোচনা কৰিছে। উল্লেখ্য যে গ্লোবেল হাংগাৰ ইনডেস্ক ২০২০ত ১০৭ খন দেশৰ  ভিতৰত ভাৰতৰ স্থান হৈছে ৯৪। 

গ্লোবেল হাংগাৰ ইনডেস্ক ২০২০ত ভাৰতৰ স্থান ৯৪ত থকাৰ পাছতেই কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি লিখে “ভাৰতৰ দুখীয়া লোক সকল ভোকত আছে কাৰণ এই চৰকাৰে কেৱল কিছুমান বিশেষ মিত্ৰৰ পকেট ভৰাবলৈ লাগি আছে।” 

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে গ্লোবেল হাংগাৰ ইনডেস্কত ভাৰতৰ স্থান চুবুৰীয়া দেশ নেপাল, পাকিস্তান আৰু বাংলাদেশতকৈও তলত। ২০১৪ চনত প্ৰকাশিত গ্লোবেল হাংগাৰ ইনডেস্কত ৭৬ খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতৰ স্থান আছিল ৫৫। ২০১৭ ত ১১৯ খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল ১০০ আৰু ২০১৮ ত ১১৯ খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল ১০৩। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.