Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

বায়ুসেনাত অন্তৰ্ভুক্ত হ’ল ৰাফেল বিমান: কিয় ৰাফেলক সৰ্বশক্তিমান যুদ্ধ জাহাজ হিচাপে অভিহিত কৰা হয়?

দ্য ষ্টেটমেন্ট : ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা বিবাদৰ মাজতে ১০ ছেপ্টেম্বৰত ৫ খন ৰাফেল যুদ্ধ জাহাজ আম্বালা এয়াৰবেছত আনুষ্ঠানিকভাৱে বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হ’ল। ৰাফেলক আনুষ্ঠানিক ভাৱে বায়ুসেনাত অন্তৰ্ভুক্ত কৰাৰ অনুষ্ঠানত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লোৰেন্স পাৰ্লি,  চিডিএছ বিপিন ৰাওত, বায়ু সেনাৰ সেনাধ্যক্ষ আৰকেএছ  ভদৌৰিয়কে ধৰি আন কিছু লোক উপস্থিত আছিল। 

ৰাফেল বিমান কিয় জনাজাত?

১. ৰাফেলৰ গতিবেগ হৈছে ২১৩০ কিলোমিটাৰ প্ৰতি ঘণ্টা। অৰ্থাৎ শব্দতকৈও দুগুণ গতিত ৰাফেল উৰিব পাৰে আৰু ৰাফেলৰ ৪৫০ মিটাৰ ক্ষেত্ৰত লেণ্ডিং কৰাৰ ক্ষমতা আছে। 

২. ওজনতকৈ ডেড় গুণ লোড লৈ লোৱা ক্ষমতা থকা ৰাফেলেই একমাত্ৰ যুদ্ধ জাহাজ।

৩. ৰাফেলৰ ১৬ টন ওজনৰ বোমা, মিছাইল আৰু ইন্ধন লৈ যোৱাৰ ক্ষমতা আছে। 

৪. কোনো অস্ত্ৰ শস্ত্ৰ নথকাকৈ ৰাফেলৰ ওজন হৈছে ১১ টন। 

উল্লেখযোগ্য যে দেশত নিৰ্মিত যুদ্ধ বিমান তেজছে ৰাফেল  বায়ুসেনাত অন্তৰ্ভুক্ত কৰাৰ অনুষ্ঠানত আম্বালা এয়াৰবেছত ফ্লাইংপাষ্ট কৰে।

উল্লেখ্য যে সৰ্ব ধৰ্মীয় পূজাৰে ৰাফেলক  বায়ুসেনাত অন্তভুক্ত কৰাৰ উপৰিও ৱাটাৰ  চেলুট প্ৰদান কৰা হ’য়।

আজি দেশৰ বায়ুসেনাৰ বাবে এটা বৃহৎ দিন কাৰণ আজিৰ দিনটোতে ৫ খনকৈ ৰাফেল যুদ্ধ জাহাজ বায়ুসেনাৰ ১৭ নং Squadronত অন্তৰ্ভূক্ত হ’ল।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.