Support Free Journalism
  Breaking News
"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই-ৰাজ্যৰ ১১৯ জন বিধায়কৰ ভিতৰত ৪৪ শতাংশৰ শিক্ষাগত অৰ্হতা ৫মৰ পৰা ১২শ শ্ৰেণীৰ ভিতৰত-দুমুখীয়া চৰকাৰ:আৰক্ষীক প্ৰহাৰ কৰি পলাতক বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক বিজেপিৰ পুৰস্কাৰ-ল'ৰা ছোৱালীক মাক দেউতাকে মৰম কৰাৰ দৰে মোদীজীয়ে আমাক মৰম কৰিছে: সোণোৱাল-হৌশংগাবাদ জিলাৰ নাম সলনি কৰিলে নিবনুৱা সমস্যাৰ অন্ত পৰিব নেকি?-দিগ্বিজয় সিং

“কংগনাই যদি নিজকে ৰাণী লক্ষ্মীবাঈ বুলি ভাবিছে, তেন্তে বিবেক অবেৰয়েই মোডী৷”-প্ৰকাশ ৰাজ

দ্য ষ্টেটমেন্ট : বলীউডৰ অভিনেতা প্ৰকাশ ৰাজ ছচিয়েল মিডিয়াত খুব সক্ৰিয় হৈ থাকে ৷ প্ৰকাশ ৰাজে যিকোনো ইছ্যুক লৈ ছচিয়েল মিডিয়াত নিজৰ মত পোষণ কৰি আহিছে ৷ আজি এক টুইটযোগে প্ৰকাশ ৰাজে কংগনা ৰাণাৱট আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত চলি থকা বিবাদ সম্পৰ্কে নিজৰ মতামত ব্যক্ত কৰিছে ৷

প্ৰকাশ ৰাজে কংগনাক উদ্দেশ্যি এটা মিম শ্বেয়াৰ কৰিছে ৷ তেওঁ লিখিছে – “যদি এখন চিনেমা নিৰ্মাণ কৰিয়ে কংগনাই নিজক ৰাণী লক্ষ্মীবাঈ বুলি ভাবে তেন্তে সেই হিচাপত দীপিকা পাডুকোণ পদ্মাৱতী, ঋত্বিক ৰোশন আকবৰ, শ্বাহৰুখ খান অশোক, অজয় দেৱগণ ভগত সিং, আমিৰ খান মংগল পাণ্ডে আৰু বিবেক অবেৰয় নৰেন্দ্ৰ মোডী হ’ব লাগে ৷” প্ৰকাশ ৰাজৰ এই টুইটৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.