Support Free Journalism
  Breaking News
প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম-'বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে'ত মোৰ পুৰণা টুইট উলিয়াই ল'ব': প্ৰশান্ত কিশোৰ-পশ্চিমবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন- কিয় অসন্তুষ্ট মমতা বেনাৰ্জী?-প্ৰহাৰ-পলাতক-পুৰস্কাৰ-গ্ৰেপ্তাৰ: আৰক্ষীক প্ৰহাৰ কৰা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ-"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

১০০ টকা লিটাৰৰ পেট্ৰল ক্ৰয় কৰি গ্ৰাহকে পাইপ দাঙি তেল ভৰোৱাৰ ভিডিঅ’ ভাইৰেল ছচিয়েল মিডিয়াত

দ্য ষ্টেটমেন্ট : দেশৰ বহু ঠাইত পেট্ৰলৰ মূল্যই ১০০ টকা অতিক্ৰম কৰিছে। পেট্ৰলৰ মূল্যই ১০০ অতিক্ৰম কৰাৰ সময়তে এজন গ্ৰাহকে ১০০ টকা লিটাৰৰ পেট্ৰল ক্ৰয় কৰি গাড়ীত পেট্ৰলৰ পাইপ দাঙি তেল ভৰোৱাৰ এটা ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। 

ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিছৰ বিষয়া প্ৰবীণ অংগোস্বামীয়ে শ্বেয়াৰ কৰা এই ভিডিঅ বহু লোকে ইতিমধ্যে শ্বেয়াৰ কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.