Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

২৪ ঘণ্টাত প্ৰায় ৩ লাখ লোক আক্ৰান্ত হ’ল কৰ’ণাত: ২,০২৩ জনৰ মৃত্যু: অসমত আক্ৰান্তৰ সংখ্যা ১,৬৫১

দ্য ষ্টেটমেন্ট: ভাৰতত বুধবাৰে অৰ্থাৎ ২০ এপ্ৰিলত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা সংখ্যাই ৰেকৰ্ডৰ সৃষ্টি কৰিছে। আজি ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা ৰিপোৰ্ট অনুসৰি দেশত প্ৰথমবাৰৰ বাবে প্ৰায় ৩ লাখ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

তাৰ উপৰিও দেশত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰিছে। যোৱা ২৪ ঘন্টাত দেশত ২,৯৫,০৪১ জন কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,০২৩ জন ৰোগীৰ মৃত্যু হৈছে।

অসমত যোৱা ২৪ ঘণ্টাত ১,৬৫১ জন ৰোগী কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩ জন ৰোগীৰ মৃত্যু হৈছে। ২৪ “ঘণ্টাত ১,৬৫১ জন ৰোগী কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতেই ৰাজ্যখনত কোভিডৰ এক্টিভ কেচৰ সংখ্যা ৭,৬,৮৫ লৈ বৃদ্ধি হৈছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.