Support Free Journalism
  Breaking News
প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম-'বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে'ত মোৰ পুৰণা টুইট উলিয়াই ল'ব': প্ৰশান্ত কিশোৰ-পশ্চিমবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন- কিয় অসন্তুষ্ট মমতা বেনাৰ্জী?-প্ৰহাৰ-পলাতক-পুৰস্কাৰ-গ্ৰেপ্তাৰ: আৰক্ষীক প্ৰহাৰ কৰা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ-"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

হৌশংগাবাদ জিলাৰ নাম সলনি কৰিলে নিবনুৱা সমস্যাৰ অন্ত পৰিব নেকি?-দিগ্বিজয় সিং

দ্য ষ্টেটমেন্ট : মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মধ্যপ্ৰদেশ ৰাজ্যৰ হৌশংগাবাদ জিলাৰ নাম সলনি কৰাৰ আহ্বান জনাইছে ৷ কিন্তু মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে হৌশংগাবাদৰ নাম নৰ্মদাপুৰম কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰে ৷ 

এই সন্দৰ্ভত দিগ্বিজয় সিঙে কয় যে নাম সলোৱাক লৈ বিজেপিয়ে নাটক বন্ধ কৰক ৷ দিগ্বিজয় সিঙে প্ৰশ্ন কৰে যে জিলা বা চহৰৰ নাম সলনি কৰিলে নিবনুৱা শেষ হৈ যাব নেকি? মূল্যবৃদ্ধি শেষ হ’ব? দেশে উন্নতি কৰিব? আপুনি যি কৰিব বিচাৰে কৰক, কেৱল এই নাটক, নৌটংকী বন্ধ কৰক ৷ 

দৰাচলতে, নৰ্মদা জয়ন্তী মহোৎসৱৰ সময়ত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে হৌশংগাবাদৰ নাম নৰ্মদাপুৰম কৰাৰ ঘোষণা কৰিছিল ৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰক এই চহৰৰ নাম সলোৱাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ব ৷ 

বিজেপি নেতাই কয়, “কেতিয়ালৈ ‘লুটেৰা হুসংগশ্বাহ’ৰ নামেৰে হৌশংগাবাদক জনা যাব-যিগৰাকীয়ে আমাৰ মঠ-মন্দিৰ ভাঙিছিল তেওঁৰ নামেৰে চহৰৰ নাম মঞ্জুৰ নহয় ৷” বিজেপি নেতাই কয় যে যি নৰ্মদা নদীৰ পানীৰে মধ্যপ্ৰদেশৰ খেতি-বাতি উজ্বলিত হয় সেই নামেৰে চহৰক জনা উচিত ৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.