Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

৫৬ ইঞ্চিৰ বুকু থকা ব্যক্তিয়েহে দুখীয়াৰ সেৱা কৰিব পাৰিব: বিজেপিৰ সভাপতি জে পি নাদ্দা

দ্য ষ্টেটমেন্ট : বিহাৰত ২৮ অক্টোবৰৰ পৰা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হ’ব। নিৰ্বাচনৰ বতাহ আৰম্ভ হোৱাৰ লগে লগে সকলো দলে আয়োজন কৰা নিৰ্বাচনী সভাত নেতাই এটাৰ পাছত আন এটা সাৱলীল ভাষণ প্ৰদান কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে। 

এইবোৰৰ মাজতে বিজেপিৰ সভাপতি জে পি নাদ্দাই বিহাৰৰ ৰোহতাশত অনুষ্ঠিত হোৱা এখন সভাত বিৰোধী দল সমূহক সমালোচনা কৰি কয় যে ৰাজনীতিত ভাষণ দিয়াটো বহুত সহজ। শ্লোগান দিয়াটোও সহজ, কিন্তু ৫৬ ইঞ্চিৰ বুকু থকা এজন ব্যক্তিয়েহে কেৱল দুখীয়া জনতাৰ সেৱা কৰিব পাৰে

বিজেপিৰ সভাপতি জে পি নাদ্দাৰ এই মন্তব্যৰ পাছতেই বহু লোকে ছচিয়েল মিডিয়াত মন্তব্য কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.