Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

২৭-২৮ অক্টোবৰত ৰাষ্ট্ৰীয় সংবাদমাধ্যমে কি বিষয়ক লৈ চর্চা কৰিলে? ২ মিনিটৰ প্ৰতিবেদন চাওঁক

দ্য ষ্টেটমেন্ট : বৰ্তমান সময়ত ৰাষ্ট্ৰীয় সংবাদক লৈ বহু লোকৰে মনত প্ৰশ্নবোধক চিহ্নৰ উদয় হৈছে। একাংশ লোকে অভিযোগ উত্থাপন কৰিছে যে সংবাদ মাধ্যমে দেশৰ মৌলিক সমস্যা সমূহক একাষৰীয়া কৰি কেৱল TRPৰ বাবে ধৰ্মৰ নামত মানুহক উত্তেজিত কৰিবলৈ বাতৰি প্ৰস্তুত কৰাৰ দেশত এটা ট্রেণ্ড সৃষ্টি কৰিছে। 
২৭ আৰু ২৮ অক্টোবৰত ৰাষ্ট্ৰীয় সংবাদমাধ্যমে কি বিষয়ক লৈ বাতৰি প্ৰস্তুত কৰিলে, ক্ৰুৰদৰ্শণে প্ৰস্তুত কৰা এই ২ মিনিটৰ প্ৰতিবেদন চাওঁক-

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.