Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

বিশ্বৰ ভিতৰতে ২৪ ঘণ্টাত সৰ্বাধিক আক্ৰান্ত ভাৰতত: ২৪ ঘণ্টাত ৩,১৪,৮৩৫ জন আক্ৰান্ত, ২,১০৪ জনৰ মৃত্যু

দ্য ষ্টেটমেন্ট: কৰ’ণা ভাইৰাছৰ ভয়াৱহ সংক্রমণ দেশত হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা এতিয়ালৈকে কোনো চিকিৎসক বা বিশেষজ্ঞই দেখা পোৱা নাই। বৃহস্পতিবাৰে দেশত প্ৰথম বাৰৰ বাবে ৩ লাখতকৈ অধিক লোক কৰ’ণাত আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৩,১৪,৮৩৫ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,১০৪ গৰাকী ৰোগীৰ মৃত্যু হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এপ্ৰিল মাহটো কৰ’ণা মহামাৰীৰ বাবে এটা অতি ভয়াবহ মাহ হিচাপে পৰিগণিত হৈছে। এপ্ৰিল মাহৰ প্ৰথম ২২ দিনত দেশত ৩৭,৮১,৬৩০ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২২,১৮৯ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

অসমত যোৱা ২৪ ঘণ্টাত ১,৬৬৫ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫ গৰাকী ৰোগীৰ মৃত্যু হৈছে। ইতিমধ্যে অসমত এই সংক্রমণ ৰোধ কৰিবলৈ অসম চৰকাৰে সন্ধিয়া ৬ বজাৰ পৰা সকলো দোকান, মল, চুপাৰ মাৰ্কেট বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.