Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

নৰেন্দ্ৰ মোডী ষ্টেডিয়াম বিতৰ্ক: গুজৰাট চৰকাৰে নৰেন্দ্ৰ মোডীৰ নাম ওভটাই লওঁক- সুব্ৰমনিয়ান স্বামী

দ্য ষ্টেটমেন্ট : গুজৰাটৰ আহমেদাবাদত চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামত থকা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম ‘মোটেৰা’ ক্ৰিকেট ষ্টেডিয়ামৰ নাম নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ সলনি কৰাৰ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু ৰাজ্যসভাৰ সাংসদ সুব্ৰমনিয়ান স্বামীয়ে টুইট কৰি কয় যে গুজৰাট চৰকাৰে মোদীৰ অনুমতি নোলোৱাকৈ এই কাম কৰা হৈছিল বুলি কৈ নৰেন্দ্র মোদী ষ্টেডিয়ামৰ নাম প্ৰত্যাহৰ কৰিব লাগে। 

সুব্ৰমনিয়ান স্বামীয়ে টুইট কৰি লিখে যে “গুজৰাটৰ এজন জোঁৱাই হিচাপে, ৰাজ্যৰ বহু লোকে মোক ষ্টেডিয়ামৰ পৰা চৰ্দাৰ পেটেলৰ নাম আঁতৰোৱাৰ কথা জানিবলৈ দিছে। মোৰ এটাই পৰামৰ্শ যে গুজৰাট চৰকাৰে মোদীৰ অনুমতি নোলোৱাকৈ এই কাম কৰা হৈছিল বুলি কৈ নৰেন্দ্র মোদী ষ্টেডিয়ামৰ নাম প্ৰত্যাহাৰ কৰিব লাগে।” 

উল্লেখ্য যে সুব্ৰমানিয়ন স্বামীৰ উপৰিও চৰ্দাৰ বল্লভ ভাই পেটেল ক্ৰিকেট ষ্টেডিয়ামৰ নাম নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ সলনি কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ বহু নেতাই ইতিমধ্যে চৰকাৰক সমালোচনা কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.