Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

ৰোগীয়ে দৰৱ, বিচনা বিচাৰিছে আৰু মোদীয়ে ৰেলীত হাঁহি আছে,ISI ৰ সৈতে কথা পাতিব কিন্তু বিৰোধীৰ সৈতে নাপাতে: প্ৰিয়ংকা গান্ধী

দ্য ষ্টেটমেন্ট: ভাৰতত কোভিড ১৯ ৰ সংক্রমণ বৃদ্ধি হোৱাৰ সময়তে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

প্ৰিয়ংকা গান্ধীয়ে কোভিডৰ সময়ত নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বাবে সমালোচনা কৰি কয় যে “আপুনি আজিও নিৰ্বাচনী সভাত ব্যস্ত। ৰেলীত আপুনি হাঁহি আছে। সকলো ফালৰ পৰা মানুহৰ কান্দোনৰ খবৰ আহিছে, দেশৰ নাগৰিকে সহায়ৰ ভিক্ষা খুজিছে। কিন্তু আপুনি ডাঙৰ ডাঙৰ ৰেলী কৰি হাঁহি আছে। প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰি কয় যে আপুনি কেনেকৈ হাঁহিব পাৰে। মই বুজি পোৱা নাই, এইখন চৰকাৰে কি কৰি আছে।

প্ৰিয়ংকা গান্ধীয়ে পাকিস্তানৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনাক কটাক্ষ কৰি কয় যে ” এইখন চৰকাৰে ডুবাইত চৰকাৰৰ সৈতে আলোচনা কৰিব পাৰে। কিন্তু বিৰোধী দলৰ নেতাসকলৰ সৈতে আলোচনা কৰিব নোৱাৰে। মই বিৰোধী দল সমূহত পজিটিভ আৰু ইতিবাচক কথা কোৱা নেতা আছে বুলি মই নাভাবো।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.