Support Free Journalism
  Breaking News
"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই-ৰাজ্যৰ ১১৯ জন বিধায়কৰ ভিতৰত ৪৪ শতাংশৰ শিক্ষাগত অৰ্হতা ৫মৰ পৰা ১২শ শ্ৰেণীৰ ভিতৰত-দুমুখীয়া চৰকাৰ:আৰক্ষীক প্ৰহাৰ কৰি পলাতক বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক বিজেপিৰ পুৰস্কাৰ-ল'ৰা ছোৱালীক মাক দেউতাকে মৰম কৰাৰ দৰে মোদীজীয়ে আমাক মৰম কৰিছে: সোণোৱাল-হৌশংগাবাদ জিলাৰ নাম সলনি কৰিলে নিবনুৱা সমস্যাৰ অন্ত পৰিব নেকি?-দিগ্বিজয় সিং

আমেৰিকা: উপ-ৰাষ্ট্ৰপতিৰ বাবে কমলা হেৰিছক কিয় প্ৰক্ষেপ কৰিলে ডেম’ক্ৰেটিক পাৰ্টীয়ে?

দ্য ষ্টেটমেন্ট : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেমোক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী জো বাইডেনৰ সহযোগী অৰ্থাৎ উপ ৰাষ্ট্ৰপতিৰ বাবে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব, তাকে লৈ কেইদিনমানৰ পৰা চৰ্চা চলি আছিল ৷ শেষত এই অপেক্ষাৰ অন্ত পৰিল ৷ ডেমোক্ৰেটিক দলৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হ’ল কমলা হেৰিছৰ নাম ৷ কেলিফোৰ্ণিয়াৰ সাংসদ কমলা হেৰিছ জামাইকা আৰু ভাৰতীয় মূলৰ প্ৰথমগৰাকী আমেৰিকান মহিলা যিয়ে এটা ডাঙৰ পদবীৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ চাওঁক এই ভিডিঅ’ ৰিপোৰ্ট-

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.