দ্য ষ্টেটমেন্ট : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেমোক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী জো বাইডেনৰ সহযোগী অৰ্থাৎ উপ ৰাষ্ট্ৰপতিৰ বাবে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব, তাকে লৈ কেইদিনমানৰ পৰা চৰ্চা চলি আছিল ৷ শেষত এই অপেক্ষাৰ অন্ত পৰিল ৷ ডেমোক্ৰেটিক দলৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হ’ল কমলা হেৰিছৰ নাম ৷ কেলিফোৰ্ণিয়াৰ সাংসদ কমলা হেৰিছ জামাইকা আৰু ভাৰতীয় মূলৰ প্ৰথমগৰাকী আমেৰিকান মহিলা যিয়ে এটা ডাঙৰ পদবীৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ চাওঁক এই ভিডিঅ’ ৰিপোৰ্ট-
?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।