নীৰৱ মোডীৰ প্ৰত্যাৱৰ্তনত মঞ্জুৰি প্ৰদান কৰিলে লণ্ডনৰ ন্যায়ালয়ে
দ্য ষ্টেটমেন্ট : নীৰৱ মোডীক বৃটেইনৰ পৰা ভাৰতলৈ অনাৰ পথ প্ৰায় প্ৰশস্ত হৈ পৰিছে ৷ নীৰৱ মোডীৰ ওপৰত পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা প্ৰায় ১২ হাজাৰ কোটি টকাৰ লুণ্ঠনৰ গোচৰ চলি আছে ৷ এই ঘটনাৰ মুখামুখি কৰিব নোৱাৰি ভয়ত তেওঁ ইংলেণ্ডলৈ পলায়ন কৰিছিল ৷…