CVOTER- অসমত পুনৰ বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে তৃতীয় পছন্দ হিমন্ত বিশ্ব শৰ্মা
দ্য ষ্টেটমেন্ট : ভাৰতৰ নিৰ্বাচনী আয়োগে শুক্ৰবাৰে এক সংবাদমেলযোগে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে৷ অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত অহা ২৭ মাৰ্চৰ পৰা বিভিন্ন পৰ্য্যায়ত…