VIDEO: অসমত ২০২১ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনত ইছ্যু কি হ’বলৈ গৈ আছে নিশ্চয় আপোনালোকে গম পাইছেই। ৰাজীৱ ভৱনত কি মাংস খাব? বদৰউদ্দিন আজমল আদিৰ কথা BJPয়ে কৈ আছে মানেই, নিৰ্বাচনৰ ইছ্যু কি হ’বলৈ গৈ আছে, সেই কথা স্পষ্ট হৈছে। বৰ্তমান সময়ত অসমৰ নিবনুৱাক চাকৰি লাগে, বন্ধ হৈ যোৱা ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰৰ সহায় লাগে। ভাল চৰকাৰী বিদ্যালয় লাগে, মহাবিদ্যালয় লাগে, কিন্তু নিৰ্বাচনী ইছ্যু কি হ’বলৈ গৈ আছে, ৰাজীৱ ভৱনত কি মাংস খাব?
?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে।ইয়াত ক্লিক কৰিআপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবেইয়াত ক্লিককৰিব পাৰে।