Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

ইছ্যু হ’ব লাগে চাকৰি, জনসাধাৰণৰ সমস্যা। ইছ্যু হৈছে ৰাজীৱ ভৱনৰ মাংস!

VIDEO: অসমত ২০২১ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনত ইছ্যু কি হ’বলৈ গৈ আছে নিশ্চয় আপোনালোকে গম পাইছেই। ৰাজীৱ ভৱনত কি মাংস খাব? বদৰউদ্দিন আজমল আদিৰ কথা BJPয়ে কৈ আছে মানেই,  নিৰ্বাচনৰ ইছ্যু কি হ’বলৈ গৈ আছে, সেই কথা স্পষ্ট হৈছে। বৰ্তমান সময়ত অসমৰ নিবনুৱাক চাকৰি লাগে, বন্ধ হৈ যোৱা ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰৰ সহায় লাগে। ভাল চৰকাৰী বিদ্যালয় লাগে, মহাবিদ্যালয় লাগে, কিন্তু নিৰ্বাচনী ইছ্যু কি হ’বলৈ গৈ আছে, ৰাজীৱ ভৱনত কি মাংস খাব? 

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে।ইয়াত ক্লিক কৰিআপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবেইয়াত ক্লিককৰিব পাৰে।

Get real time updates directly on you device, subscribe now.