Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

অনুভৱ সিনহাৰ অভিযোগ-বিহাৰৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে গান চুৰি কৰিছে

দ্য ষ্টেটমেন্ট : কেইদিনমানৰ আগতে অনুভৱ সিনহা আৰু মনোজ বাজপেয়ীৰ এটা গান মুকলি কৰা হৈছিল- ‘বোম্বাই মে কা বা’৷ গীতটোত এজন অসমীয়াও জড়িত হৈ আছে আৰু তেওঁৰ নাম অনুৰাগ শইকীয়া৷ গীতটোৰ সংগীত পৰিচালনা কৰিছিল অনুৰাগ শইকীয়াই৷ গীতটো মুকলি হোৱাৰ পিছত দেশজুৰি চৰ্চিত হৈছিল৷ বিশেষকৈ অভিনেতা মনোজ বাজপেয়ীয়ে কন্ঠ নিগৰোৱা গীতটো দেশবাসীয়ে আঁকোৱালি লৈছে৷ এতিয়া বিহাৰৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে এটা গীত মুকলি কৰিছে-‘বিহাৰ মে ই বা’৷

অনুভৱ সিনহাই অভিযোগ কৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে অনুভৱ সিনহাৰ গীতটো নকল কৰিছে৷ তাৰপিছতে অনুভৱ সিনহাই এক দীঘলীয়া পোষ্টযোগে নিজৰ ক্ষোভ ব্যক্ত কৰিলে৷ 
শুনক অনুভৱ সিনহাৰ দ্বাৰা নিৰ্মিত গীতটো-

এতিয়া শুনক বিহাৰৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে মুকলি কৰা গীতটো-

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.