Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

ঋণত ডুবি থকা অনিল আম্বানিক চৰকাৰে কিয় ৩০ হাজাৰ কোটি টকাৰ ঠিকা প্ৰদান কৰিলে?

ভিডিঅ’: মুকেশ আম্বানি আৰু অনিল আম্বানি- ভাৰতৰ দুজন প্ৰভাৱশালী ব্যক্তি। মুকেশ আম্বানি যদিও দিনক দিনে শক্তিশালী হৈ গৈ আছে, কিন্ত তাৰ বিপৰীতে অনিল আম্বানীৰ শক্তি দিনক দিনে হ্ৰাস পাই আহিছে। আজি কিছু দিনৰ আগতে ব্যক্তিগত খণ্ডৰ বেংক য়েছ বেংকে, বেংকক দিবলৈ থকা ২,৮৯২ কোটি লাভ নকৰাৰ পাছত অনিল ধীৰুভাই আম্বানী গ্ৰুপৰ মুখ্য কাৰ্যালয় নিজৰ অধীনলৈ আনিছে। বেংকৰ ঋণ ঘূৰাই দিব নোৱাৰা অনিল আম্বানীক কিয় ৩০ হাজাৰ কোটিৰ ঠিকা প্ৰদান কৰা হ’ল? কিয় সেই কনট্ৰেক্ট হিন্দুস্তান এৰোনোটিকছ্ লিমিটেডক দিয়া নহ’ল? চাওঁক আমাৰ এক বিস্তৃত প্ৰতিবেদন-

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে।ইয়াত ক্লিক কৰিআপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবেইয়াত ক্লিককৰিব পাৰে।

Get real time updates directly on you device, subscribe now.